Kohima Sahitya Sabha Bhawan

M35X+CG2, P.R. Hill, Kohima, Nagaland 797005, India
About

Kohima Sahitya Sabha Bhawan is a community center located in Kohima, Nagaland. The average rating of this place is 4.20 out of 5 stars based on 6 reviews. The street address of this place is M35X+CG2, P.R. Hill, Kohima, Nagaland 797005, India.

Photos
FAQs
Where is Kohima Sahitya Sabha Bhawan located?
Kohima Sahitya Sabha Bhawan is located at M35X+CG2, P.R. Hill, Kohima, Nagaland 797005, India.
What people say about Kohima Sahitya Sabha Bhawan

Rajat Sarmah 21 months ago

মই ব্যক্তিগত ভাৱে গৌৰাম্বিত যে, এনে এটা অনুষ্ঠানৰ লগত জৰিত হৈছো। ঐতিহাসিক কহিমা সাহিত্য সভাই ১২৭ বছৰ অতিক্ৰম কৰাৰ পথত, কিন্তু বৰ দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয়, যে আজি প্ৰজন্ত অসম চৰকাৰ, অসম সাহিত্য সভা, অথবা অনান্য দল সংগঠনে আজিলৈকে ভাবিবলৈ সময় নহল। কহিমা সাহিত্য সভা আজি কি দৰে চলি আছে, কেনেকৈ চলি আছে, সদস্যৰ সংখ্যা কিমান কৰোৱেই জানিবলৈ ইচ্ছা কৰা পৰিলক্ষিত নহল। মই সঁচাকৈয়ে দুখ পাইছোঁ । ভাৰত স্বাধীন হোৱাৰ পূৰ্বে অসমীয়া ভাষাটোৰ উন্নতি সাধন কৰিব বাবে, যি কেইজন মহান লোকে এই ঐতিহাসিক কহিমা সাহিত্য সভা ১৮৯৫ খ্ৰী দটে প্ৰতিষ্ঠা কৰিছিল, তেখেত সকলক শত কোটি প্ৰণাম জনাইছো।

Contact
Address
M35X+CG2, P.R. Hill, Kohima, Nagaland 797005, India
Map Location